আমি একে ঠাইতে আছো

স্কুলত থাকোতে “অসমৰ বানপানী’’ বিষয়টোৰ ওপৰত ৰচনা লিখিছিলো৷ এয়া আজিৰ পৰা বিশ বছৰ আগৰ কথা৷ ৰচনাত লিখা কথাবোৰ আজিও প্ৰাসংগিক৷

সৰুতে দেউতাই অসম আন্দোলনৰ কথাবোৰ সাধুৰ নিচিনাকৈ কৈছিল৷ আমিও সেইবোৰ সাধুকথাৰ দৰেই শুনিছিলো৷ সেইবোৰ কথাও বৰ্তমান সময়ত প্ৰাসংগিক৷

আমাৰ হাতে হাতে যিমানেই দামী স্মাৰ্তফোন নাথাকক কিয়, ৰাষ্টাই ঘাটে ব্যক্তিগত গাড়ীৰ সংখ্যা যিমানেই নাবাঢ়ক কিয়, আৰ্থিক ভাৱে আমি যিমানেই টনকীয়াল হৈ নুথো কিয়, এটা জাতি হিচাপে মৌলিক দিশবোৰত আামি মুঠেও আগুৱাব পৰা নাই৷ কটু হলেও এয়াই সত্য৷

2 thoughts on “আমি একে ঠাইতে আছো

Leave a comment