অন্যান্য (Random ..)

শিক্ষক দিৱসৰ ইটো সিটো

শিক্ষাৰ পোহৰ বিস্তাৰ আৰু ছাত্ৰ ছাত্ৰীক সু-নাগৰিক হিচাপে গঢ়ি তোলাত শিক্ষক সকলৰ অৱদানক সন্মান জনাই শিক্ষক দিৱস পালন কৰা হয়।

Advertisements
অন্যান্য (Random ..)

“প্ৰমুখ আই-এম-ই(Pramukh IME)” ব্যৱহাৰ কৰি অসমীয়া লিখনৰ হাতপুথি

“প্ৰমুখ আই-এম-ই(Pramukh IME)” এনেকুৱা এটা চফট্‌ৱেৰ যাৰ সহায়ত ইউনিকʼড প্ৰযুক্তি ব্যৱহাৰ কৰি অসমীয়াত লিখা মেলা কৰিব পাৰি । এবছৰমান আগতে "বৰহ" চফ্‌টৱেৰ ব্যৱহাৰ কৰি অসমীয়া লিখনৰ সুবিধাৰ্থে এনেকুৱা এখন হাতপুথি লিখি উলিয়াইছিলো । কিন্তু "বৰহ" এতিয়া বিনামূলীয়া হৈ থকা নাই । গতিকে সৰ্বসাধাৰণ অসমীয়া লেখক-পাঠকৰ সহায় হোৱাকৈ “প্ৰমুখ আই-এম-ই(Pramukh IME)” নামৰ বিনামূলীয়া চফ্‌টৱেৰটোৰ ব্যৱহাৰ পদ্ধতিৰ আলমত পুনৰ… Continue reading “প্ৰমুখ আই-এম-ই(Pramukh IME)” ব্যৱহাৰ কৰি অসমীয়া লিখনৰ হাতপুথি

Assamkart.com
অন্যান্য (Random ..)

অসমীয়া ই-বুক আৰু Assamkart.com – অসমীয়া সাহিত্য জগতত এক নতুন যুগৰ সুচনা

অসমীয়া লিখক সমাজে সততে কৰা এটা অভিযোগ হ'ল অসমীয়া কিতাপৰ প্ৰতি মানুহৰ অনীহা আৰু তাৰ ফলশ্ৰুতিস্বৰুপে সাহিত্য চৰ্চাক জীৱিকা হিচাপে ল'ব নোৱাৰা অৱস্থা। অসমীয়া কিতাপৰ বাণিজ্যিক মূল্য কম। সেইবাবে ইয়াক বৈকল্পিক উপাৰ্জনৰ পথ হিচাপে ল'ব পাৰিলেও মূল জীৱিকা হিচাপে ল'ব পৰা অৱস্থা এটা গঢ়ি উঠা নাই। কথাটো সম্পূৰ্ণৰুপে ভুল বুলি নকওঁ। কিন্তু লিখাৰ আগতেই পাঠক… Continue reading অসমীয়া ই-বুক আৰু Assamkart.com – অসমীয়া সাহিত্য জগতত এক নতুন যুগৰ সুচনা

অন্যান্য (Random ..)

অৰুণাচল প্রদেশলৈ ৰেলসেৱা

বর্ত্তমানে অতিকৈ কম দৈর্ঘ্য(মাত্র ১.৬ কিঃমিঃ)ৰ ৰেলপথেৰে ভাৰতবর্ষৰ ৰেল মানচিত্রৰ লগত সংলগ্ন হৈ থকা আৰুণাচল প্রদেশলৈ বৃহত্তৰ দৈর্ঘ্যৰ ৰেলপথ সংযোগৰ পৰিকল্পনা হাতত লোৱাটো এটা আশাব্যঞ্জক বাতৰি বুলি ক’ব পাৰি । সকলোপিনৰ পৰা নিৰাশাপূৰ্ণ খবৰে মন টেঙা লগোৱা সময়ত ক্ষুদ্রভাৱে হ’লেওঁ মন ভাল লগোৱা খবৰ এটাই মনটো ফৰকাল কৰি তোলে ।   পিছে পৰিকল্পনাহে হাতত লোৱা… Continue reading অৰুণাচল প্রদেশলৈ ৰেলসেৱা

অন্যান্য (Random ..)

“বৰহ” ব্যৱহাৰ কৰি অসমীয়া লিখনৰ হাতপুথি ।

“বৰহ” এনেকুৱা এটা চফট্‌ৱেৰ যাৰ সহায়ত অসমীয়াত লিখা মেলা কৰিব পাৰি । “বৰহ” চফট্‌ৱেৰ ব্যৱহাৰ কৰিবলৈ খুবেই সহজ যদিও অলপ অনুশীলনৰ দৰকাৰ । ন শিকাৰুৰ দৰকাৰৰ প্রতি লক্ষ্য ৰাখি এই হাতপুথিখন লিখি উলিয়ালো । ইয়াত অন্যান্য কথাবোৰৰ লগতে যঠেষ্ট সংখ্যক অনুশীলন আৰু উদাহৰণ যোগ কৰা হৈছে । আশাকৰো কামত আহিব ।