Somewhere in Karnataka & Tamilnadu

It was way back in 2011, when me along with few of my close buddies went to Goa for the first time and then traveled to Kodaikanal via Bengaluru. These are few photos from that journey clicked somewhere in Karnataka and Tamilnadu.

A trip through Odisha

Went to Puri, Konark and Bhubaneswar in 2014, with parents. Stayed there for two nights and visited many archeological monuments including Jagannath temple at Puri. Clicked a lot of photos, however, I am not good in finding a creative angle in archeological monuments. Out of all those I clicked, I found only these two photos … Continue reading A trip through Odisha

ধনশিৰী ইকʼ কেম্পত এনিশা

স্বভাৱজাত ভাৱে মই অলপ অচৰপ ফুৰি চকি ভাল পাওঁ। সেই স্বভাৱৰ বসবৰ্ত্তী হৈ সময়ে সময়ে বহুতো ঠাই ফুৰিছো। হয়তো আৰু বহু ঠাই ফুৰিবলৈ বাকী আছে। যোৱা বছৰ ডিচেম্বৰ মাহত বোকাখাতৰ সমীপৱৰ্ত্তী "ধনশিৰী ইকʼ কেম্পত" এনিশা কটাইছিলো বন্ধুবৰ্গৰ সতে। ধনশিৰী নদীৰ পাৰৰ নান্দনিক পৰিবেশে দি যোৱা বিৰল অভিজ্ঞতাৰ ভিত্তিত এটি ভ্ৰমণ বৃত্তান্ত লিখি উলিয়াইছিলো। সেয়া প্ৰকাশ … Continue reading ধনশিৰী ইকʼ কেম্পত এনিশা

মাজুলীৰ কেইটামান ভাল অনুভৱ

মাজুলী - অসমৰ সত্ৰ-সংস্কৃতি, গাৱঁলীয়া চহা জীৱন আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ জীৱন্ত নিদৰ্শন। অসম আৰু অসমীয়াৰ সিৰাই সিৰাই বৈ থকা এক আবেগৰ সুঁতি।

হাফলং ভ্ৰমণৰ ভাল বেয়া অভিজ্ঞতা

কিছুদিন আগতে দুজন বন্ধুৰ সতে হাফলঙলৈ ফুৰিবলৈ গৈছিলো। তাৰেই ভাল বেয়া অভিজ্ঞতাৰ বিষয়ে লিখিব লৈছো। ভ্ৰমণৰ বেয়া অভিজ্ঞতা বুলিলে মনলৈ আহে কিবা বিপদ আপদ অথবা চুৰি ডকাইতিৰ কথা। কিন্তু আমাৰ লগত তেনে একো হোৱা নাছিল। যোৱা আৰু অহা দুটা দিন ধৰি মুঠ তিনিদিন যোৰা ভ্ৰমণ সুকলমেই গৈছিল। সকলো ভবা মতে হৈছিল আৰু আমিও সুকলমে নিৰ্বিঘ্নে … Continue reading হাফলং ভ্ৰমণৰ ভাল বেয়া অভিজ্ঞতা

A road trip

Have always been upbeat about road trips. Been on day long road trips many times, but what I actually wanted was a road trip which lasts for many days and offer whole lot of thrilling experiances. My long pending wish has just came true this time when I travelled from Golaghat district of Assam to … Continue reading A road trip