ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

আমূল টাজা … ইত্যাদি

খুব বেচি পুৰণি কথা নহয়। আমি স্কুলত পঢ়া সময়ত আমাৰ ঘৰত গৰু পুহিছিল। সেই সময়ত আমাৰ গাৱৰ প্ৰায়ভাগ মানুহৰে ঘৰত গৰু আছিল। খীৰতি গাই নথকা বাবে কেতিয়াবা গাখীৰৰ নাটনি হʼলেও ওচৰৰ কোনোবাৰ পৰা কিছুদিনৰ বাবে কিনিলেই সমস্যাৰ সমাধান হৈ যায়। আচৰিত যেন লাগিলেও সঁচা কথা যে সেই সময়ত আমি নিৰ্ভেজাল গাখীৰ খাবলৈ পাইছিলো। এয়া আজিৰ… Continue reading আমূল টাজা … ইত্যাদি

Advertisements