ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ভাল কাকত, আলোচনীৰ সন্ধানত

বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাটোৰ প্ৰতি মোৰ এক বুজাব নোৱাৰা অনীহা আছিল আগৰ পৰাই। তাৰ বিপৰীতে চতুৰ্থ পৃষ্ঠাটোৰ প্ৰতি আছিল এক আকৰ্ষণ। সম্পাদকীয়ৰ উপৰিও অন্যান্য বহুতো সুখপাঠ্য লিখনিয়ে চতুৰ্থ পৃষ্ঠাটো অলংকৃত কৰে। এই লিখনিবোৰেই আছিল মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, কাৰণ এইবোৰ আমাৰ মন-মস্তিষ্কৰ বাবে সুস্বাদু আহাৰ স্বৰূপ। লক্ষ্য কৰিছো, আজিকালি প্ৰায়বোৰ কাকতৰে চতুৰ্থ পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰায়ভাগ… Continue reading ভাল কাকত, আলোচনীৰ সন্ধানত

Advertisements