গল্প (Stories)

অবাধ্য ফাগুন

মণিষাই ভাল পাইছিল বাৰিষাৰ বৰষুণ, শীতৰ কুঁৱলীৰ মায়াজাল, ফাগুনী মলয়া নাইবা শৰতৰ নীলা আকাশ। খুব বেচি বছৰ আগৰ কথা নহয়। মনীষা তেতিয়া স্কুলৰ সপ্তম মান শ্ৰেণীত। আৰু ভায়েক চম্পক পঞ্চম মান শ্ৰেণীত। সকলোৱে তাক মৰমতে চেম্পু বুলি মাতে। ফাগুনৰ বলীয়া বতাহে ধুঁৱলি-কুঁৱলি কৰা দুপৰীয়া দুয়ো বায়েক-ভায়েক স্কুলৰ পৰা খোজকাঢ়ি ঘৰমুৱা হৈছে। মনীষাই কিবা কিবি কৈ… Continue reading অবাধ্য ফাগুন

Advertisements
ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

প্ৰথম বৰষুণ

(ডায়েৰীৰ পাত লুটিয়াই থাকোতে তলৰ কথাখিনি চকুত পৰিল। পঢ়ি কোনোবাই কিবা ৰস পাব পাৰে বুলি ইয়াত দিলো।) প্ৰথম বৰষুণ ১৮/০৩/১৭ এনেকুৱা দিনবোৰ ভাল লাগে। আজিৰ নিচিনা দিনবোৰ। ফাগুনৰ ধূলি আৰু বতাহে ধৰাষায়ী কৰা পৃথিৱীখন যোৱাকালি ৰাতি অহা বৰষুণজাকৰ প্ৰভাৱত কিছু সজীৱ হৈ উঠিছে। দিনৰ ভাগত লাহে লাহেকৈ বৈ থকা ফেৰফেৰীয়া বতাহ আৰু বৰষুণৰ পৰশত ঠন… Continue reading প্ৰথম বৰষুণ