গল্প (Stories)

পৰহিৰ মানুহবোৰ

কিবা অজান শোকে মনটো খুণ্ডা মাৰি ধৰিলে। এয়াই প্ৰথম নহয়, এনে ধৰণৰ কেইবাটাও ঘটনা ঘটিল যোৱা দুবছৰ মানৰ ভিতৰত। সিদিনা ফোনযোগে দেউতাই কৈছিল ওচৰৰে চানক্য ককাৰ পৰলোক প্ৰাপ্তিৰ কথা। সেয়াও অবিশ্বাস্য, আৰু আজি দিয়া ধনঞ্জয় চাৰৰ খবৰটোও অবিশ্বাস্য। বয়স হৈছিল তেওৰ। স্বাভাৱিক বাৰ্ধক্যজনিত মৃত্যুৱেই আছিল। তথাপিও মনে নামানে। বৰকৈ বেয়া লাগিছিল মনটো। মৃত্যুৱেই জীৱনৰ অন্তিম… Continue reading পৰহিৰ মানুহবোৰ

Advertisements