ভাল কাকত, আলোচনীৰ সন্ধানত

বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাটোৰ প্ৰতি মোৰ এক বুজাব নোৱাৰা অনীহা আছিল আগৰ পৰাই। তাৰ বিপৰীতে চতুৰ্থ পৃষ্ঠাটোৰ প্ৰতি আছিল এক আকৰ্ষণ। সম্পাদকীয়ৰ উপৰিও অন্যান্য বহুতো সুখপাঠ্য লিখনিয়ে চতুৰ্থ পৃষ্ঠাটো অলংকৃত কৰে। এই লিখনিবোৰেই আছিল মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, কাৰণ এইবোৰ আমাৰ মন-মস্তিষ্কৰ বাবে সুস্বাদু আহাৰ স্বৰূপ। লক্ষ্য কৰিছো, আজিকালি প্ৰায়বোৰ কাকতৰে চতুৰ্থ পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰায়ভাগ … Continue reading ভাল কাকত, আলোচনীৰ সন্ধানত

অপেক্ষা

(যোৱা ১৮ ডিচেম্বৰʼ ২০১৬ তাৰিখে "অসমীয়া খবৰ" কাকতৰ দেওবৰীয়া পৰিপূৰিকা "দেওবৰীয়া খবৰ"ত মোৰ এটা গল্প প্ৰকাশ পাইছিল। তাকে ইয়াত পু্ণঃ প্ৰকাশ কৰিলো।) - কি নো ভাবিছে তেনেদৰে জুপুকা লাগি? - শইকীয়ানীৰ কথাত সম্বিত ঘুৰাই পালে শইকীয়াই। কিমান সময় ধৰি বাৰাণ্ডাত বহি আছিল তেও নিজেও নাজানে। - হুম ... নাই এনেয়ে .. একো ভবা নাই। নিস্তব্ধতাই … Continue reading অপেক্ষা

আমি কি কৰিব পাৰো

(৩০ অক্টোবৰ ২০১৪ তাৰিখে "দৈনিক গণ অধিকাৰ" কাকতত প্ৰকাশিত মোৰ এটা লিখনি ইয়াত পুনঃপ্ৰকাশ কৰিলো। লগতে কাকতত প্ৰকাশিত প্ৰবন্ধটিও ছবি আকাৰে আপলোদ কৰিলো। আশাকৰো পাঠক সমাজে আদৰি লব।) কেন্দ্ৰীয় চৰকাৰৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা তথা উন্নয়নৰ প্ৰতি অনীহাৰ বিষয়টো এটা বহু চৰ্চিত, বহু চিন্তিত বিষয়। সময় আগবঢ়াৰ লগে লগে উন্নতিৰ পথত উত্তৰ পূৰ্বাঞ্চলেও লাহে … Continue reading আমি কি কৰিব পাৰো

এখন চিঠি – তিনি ভাতৃলৈ

(২৮ অক্টোবৰ ২০১৪ তাৰিখে "দৈনিক গণ অধিকাৰ" কাকতত প্ৰকাশিত মোৰ এটা লিখনি ইয়াত পুনঃপ্ৰকাশ কৰিলো। লগতে কাকতত প্ৰকাশিত প্ৰবন্ধটিও ছবি আকাৰে আপলোদ কৰিলো। আশাকৰো পাঠক সমাজে আদৰি লব।)     বহুদিনৰ পৰা এখন চিঠি লিখিম বুলি ভাবি আছো। ফোন, ইন্টাৰনেট, ই-মেইল আদি অসংখ্য যোগাযোগ মাধ্যমৰ সহজ উপলভ্যতাৰ যুগত চিঠি লিখাৰ কথাটো বহুতৰে বাবে অবান্তৰ যেন … Continue reading এখন চিঠি – তিনি ভাতৃলৈ