ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

ভ্ৰাম্যমাণ, ডেচডিম’না আৰু মোৰ অনুভৱ

আৰম্ভণিতে কৈ লও যে মই সমালোচক নহয়, আৰু এই লিখনিটোও সমালোচনামূলক লিখনি নহয়। ই মোৰ ব্যক্তিগত অনুভৱৰ মুক্ত প্ৰকাশ হে মাথো। ভ্ৰাম্যমাণ থিয়েটাৰ অসমীয়া সংস্কৃতিৰ এক বহুমূলীয়া উপাদান। অসমৰ ভ্ৰাম্যমাণৰ জগতখনৰ বিভিন্ন বিষয় সামৰি, এটা সাৱলীল কাহিনীৰে লিখা এখন সুন্দৰ উপন্যাস হʼল মণিকুন্তলা ভট্টাচাৰ্য্যৰ "মই ডেচডিম'না হʼব খোজো"। উপন্যাস বুলি পঢ়িবলৈ লৈছিলো যদিও পঢ়াৰ পিচত… Continue reading ভ্ৰাম্যমাণ, ডেচডিম’না আৰু মোৰ অনুভৱ

Advertisements