ডায়েৰীৰ পাতৰ পৰা (From the pages of my diary)

বস্ত্ৰদান

ওচৰৰে এন-জি-ও এটাই আয়োজন কৰা বস্ত্ৰদান কাৰ্য্যসূচীৰ বিষয়ে গম পাইছিলো। কামত নহা, পুৰণি কাপোৰবোৰ জমা দিবলৈ অনুৰোধ কৰিছে। তেওলোকে সেইবোৰ নি দুখীয়া মানুহৰ মাজত বিলাই দিব। মোৰো কেইজোৰমান পুৰণি কাপোৰ ধুই, ইষ্ট্ৰী কৰি আলমাৰিত থৈ দিয়া আছে। সচৰাচৰ অদৰকাৰী কাপোৰ মানুহে ইমান সযতনে নথয়, যদিও মই তেনেদৰে থোৱাৰ কাৰণটো হʼল, - "ক্ষীণোৱাৰ আশা"। বিগত কেইবছৰমানৰ… Continue reading বস্ত্ৰদান

Advertisements